HOW TO CHOOSE HAPPINESS

Begin now to choose happiness. This is how you do it: When you open your eyes in the morning, say to yourself:

Divine order take charge of my life and every day. Althings work together for good for me today. This is a new and wonderful day for me. There will never be another day like this one. I am divinely guided all day long, and whatever I do will prosper. Divine love surrounds me, enfold me, and enwraps me, and I go forth in peace.

Whenever my attention wanders away from that which is good and constructive, I will immediately bring it back to the contemplation of that which is lovely and of good report. Iam a spiritual and mental magnet attacking to myself all things that bless and prosper me. I am going to be a wonderful success in all my undertakings today. I am definitely going to be happy all day long.

Start each day in this manner; then you will be choosing happiness, and you will be a radiant, joyous person.

Why choose unhappy?

Many people choose unhappiness without realizing that they doing so. They do so by entertaining such ideas as these.

Today is a black day; everyday is going wrong. I am not going to succeeded.

Everyone is against me.

Business is bad, and it is going to get worse.

I’m always late

I never get the breaks.

He can, but I can’t.

If you have this attitude of mind the first thing in the morning, you will attract all these experience to you, and you will be unhappy.

So be positive all time. Make certain you do not indulge in negative thoughts.

আমাৰ আশা আৰু সকলো জনতাৰ ভৰসা হ’ল নিজৰ চৰকাৰ তথা প্ৰসাসন৷

আমি সকলো জনসাধাৰণে অধীৰ আগ্ৰহেৰে বাট চোৱা চৰকাৰখন আমাৰ নিজৰ সপোন হৈ পৰে৷ যেন চৰকাখনে আমাৰ সকলো আশা ভৰসা আৰু সমস্যাৰ অন্ত পেলাব৷ সেয়েহে প্ৰতিজন দ্বায়িত্বশীল আৰু শিক্ষিত নাগৰিকে এখন সুস্থ আৰু প্ৰগতিশীল চৰকাৰ বিচাৰে৷ মানুহে মানুহ হিচাপে জীয়াই থাকিব লৈ যিদৰে এখন সুন্দৰ হৃদয় তথা সুস্থ মন প্ৰয়োজন৷ ঠিক তেনেদৰে এখন দেশ তথা ৰাজ্যৰ শান্তি,সম্প্ৰীতি আৰু প্ৰগতিৰ কাৰণে সুন্দৰ,সবল,সুস্থ চৰকাৰ তথা প্ৰশাসনৰ প্ৰয়োজন৷।

নিৰ্বাচনৰ সময়ত সকলো দলে আমাক আশা দি আমাৰ মন মগজুত সপোন সৃষ্টি কৰে৷ আশাৰ ৰেঙনি মাজত কৌশলী ভাৱে বিভেদ আৰু সাম্প্ৰদায়িক বিষবাষ্প ও সিঁচি দিয়ে৷ কিন্তু আমাৰ মাজৰ বহু সহজ সৰল জনসাধাৰণে এইবোৰ নুবুজে৷ কাৰণ তেওঁলোকে নিজৰ সপোনক লৈ ব্যস্ত৷ আৰু তাৰ সুযোগ গ্ৰহণ কৰে আমাৰ মাজৰ এচাম ধুৰন্ধৰ ৰাজনৈতিক নেতাই৷ সচাকৈয়ে আজি প্ৰকৃতি জননেতা অভাৱ আৰু থাকিলে ও তেওঁলোকক পোতাশাল লৈ নিক্ষেপ কৰে৷ তাৰ জ্বলন্ত উদাহৰণ কৃষক নেতা অখিল গগৈকে প্ৰমুখ্যে কৰি ধৰ্য্য কোঁৱৰ, বিতু সোনকালে আৰু মানস কোঁৱৰ৷ আজিও তেওঁলোক বন্দী কাৰণ এটাই চৰকাৰ অসহিষ্ণু, অধৰ্য্য আৰু আক্ৰোশমূলক৷ এয়া জানো সুস্থ গণতন্ত্ৰৰ পৰিচয়৷ আমি সাধাৰণ জনগণে নুবজো চৰকাৰ কূটিল ৰাজনীতি বুজোঁ মাথোঁ কেৱল শান্তি ,প্ৰগতি আৰু নিজৰ ৰাজ্য আৰু দেশৰ উন্নতি৷ এই কথাবোৰ আমি কৃষক নেতা অখিল গগৈ কথাৰ মাজত বিচাৰি পাওঁ৷ সেয়েহে তেওঁ আজিও জনতাৰ হৃদয়ত৷ নিজৰ জন্মভূমিক অকৃত্ৰিম ভাল পোৱাতো কেতিয়াও অপৰাধ নহয়৷ কিন্তু তেওঁক আমাৰ চৰকাৰ প্ৰশাসনে আজি কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ সেয়েহে জনসাধাৰণৰ বিব্ৰত৷

সকলো জনসাধাৰণে বৰ আগ্ৰহেৰে বাট চাই আছে আমাৰ চৰকাৰখনৰ সুমতি ঘূৰি আহক৷ চৰকাৰ প্ৰশাসনৰ সুস্থ আৰু সুন্দৰ হওক, সংযমী হওক, সহিষ্ণুতা হওক আৰু কাৰাবন্দী সকলক মুক্তি দি বীৰতাৰে সমস্যা সমাধানৰ পথ প্ৰসস্ত কৰক৷ কাৰণ চৰকাৰখন আমাৰ আৰু চৰকাৰে আমাৰ শেষ ভৰষা৷ আৰু কাৰাবন্দী নেতা সকল ও আমাৰ মাজৰ এক আৰু অন্যতম৷ “জয় আই অসম”

😊ক’ৰোনা বনাম অনাহাৰ

সমগ্ৰ ভাৰতবৰ্ষ স্তব্ধ,সকলো গৃহবন্দী ৷ প্ৰকৃতি ও নিজান নিস্তব্ধ৷নাই কোনো কোলাহল মৌনতা কেৱল মৌন চাৰিওদিশ৷ যেন আজি সকলোৱে বিশ্ৰাম কৰিছে৷ কাৰণ আমি জীয়াই থাকিব লাগিব৷ মৃত্যুৰ ভয়ত সকলো ত্ৰস্তমান! কোনে জানে মহামাৰী Covid-19ৰ ভাইৰাছে কাক কেতিয়া আক্ৰমণ কৰে? মৃত্যুৰ দূতৰূপি এই মহামাৰী বাবে সমগ্ৰ দেশত ৪০ দিনীয়া Lockdown চলি আছে৷

দেশৰ অৰ্থ ব্যৱস্থাক লৈ সকলো চিন্তিত৷ সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি বিশিষ্ট অৰ্থনীতিবিদৰ লৈকে সকলোৱে এটাই কথা সাম্ভাৱ্য অভাৱ অনাটন আৰু দুৰ্বিষহ জীৱন৷ অনাকাংক্ষিত এই বিপদত এটাই মাথোঁ চিন্তা অনাহাৰে যাতে কোনো মানুহে মৃত্যুক সাৱটি লবলগীয়া নহয়৷ যদি তেনে হয় আমাৰ এই আওপুৰণি ঘূনে ধৰা সাংবিধানিক ব্যৱস্থাৰ অৱসান সময় সমাগত৷ কাৰণ যি ব্যৱস্থাই এখন দেশৰ জনসাধাৰণক স্বাধীনতাৰ সোৱাদ টো বাদে এসাজ অন্নৰ যোগান ধৰিব নোৱাৰে৷

তথাপি আমি আশাবাদী কোনো লোক অনাহাৰে নাথাকক৷ কাৰোৰে সংস্থাপন হেৰুৱাই সংস্থাপন হীন নহওক৷ চৰকাখনে সামগ্ৰিক সকাহ কথা চিন্তা নকৰি সুপৰিকল্পিত কৰ্মমূখী তথা উৎপাদনশীল আচঁনি প্ৰস্তুত কৰি দেশৰ মানৱ সম্পদটোক মৰ্য্যদা সহকাৰে ব্যস্ত কৰি তোলক৷ শেষ হওক সকলো শোষণ বঞ্চনা আৰু প্ৰতাৰণা খেল৷ শ্ৰমিকে ন্যায্য অধিকাৰ পাওঁক, কৃষকে ফচলৰ উচিত মূল্য পাওঁক৷ চৰকাৰী উদ্যোগৰ জয় জয় মই মই হওক৷ দেশখন উন্নয়নশীল ৰাষ্ট্ৰৰপৰা উন্নত ৰাষ্ট্ৰ হওক৷ ক’ৰোনা নিপাত জাওক৷ সকলো আগৰদৰে স্বাভাৱিক হওক৷

সাহায্য বিতৰণ৷

সাম্প্ৰতিক সময়ত আতাইতকৈ ভাল লগা কথাটো হৈছে মানৱতাৰ সক্ৰিয়তা৷ বতৰ্মান সমগ্ৰ অসমত সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি কাষৰ জনক সহায় কৰাতো দেখি সচাকৈয়ে ভাল লাগিছে৷ সচাকৈয়ে মানুহৰ মাজত এই ভাব ধাৰা সদায় বৰ্তি থাকিলে সমাজত পৰিবৰ্তন নিশ্চিত৷ মানুহৰ মহানুভৱতা দেখি অভিভূত হৈছো আৰু নিৰবে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো৷ এই চেগতে স্বাস্থ্যমন্ত্ৰী মহোদয়লৈ অশেষ ধন্যবাদ ৷

পৰিৱৰ্তন

“পৰিৱৰ্তন”সুন্দৰ স্বৰৰ সুন্দৰ শব্দ, শুনি ভাল লগা,সপোন জগাই তোলা এটি শব্দ৷ কিন্তু ৰাজনৈতিক দলবোৰে “পৰিৱৰ্তন”ৰ অৰ্থ সলনি কৰি দিব বিচাৰিছে৷ এই শব্দটো শুনিলে আৰু সপোন সপোন নলগা হৈছে৷ ৰাজনৈতিক নেতাসকলৰ মূখত আখৈফুটা দি ফুটা কিছুমান শব্দৰ অৰ্থহে সলনি হৈছে কিন্তু নেতাৰ চৰিত্ৰ সলনি হোৱা নাই৷ সচাকৈয়ে ৰাইজে পৰিৱৰ্তন বিচাৰিছে৷ যি পৰিৱৰ্তনে ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰে, ৰুগীয়াসকলৰ ঔষধৰ দাম বৃদ্ধি নকৰে, বিজুলীৰ দাম নাবাঢ়ে, শিক্ষা আৰু স্বাস্থ্যৰ ৰাইজৰ বাবে যাতে বিনামূলীয়া হয়, নিবনুৱাৰ সুব্যৱস্থা হয়, কৃষকে ফচলৰ উচিত মূল্য পায় ইত্যাদি৷ এই সকলো সমাধান কৰিব পৰা এক নতুন ৰাজনৈতিক বিকল্প আজিৰ ৰাইজৰ দাবী৷  কেৱল পৰিৱৰ্তনৰ শ্ল’গানৰ গুৱা ৰাজনৈতিক দল আৰু ৰাইজে নিবিচাৰে৷

কল্পনা শক্তি

মানৱতাই যদি মানুহৰ মনক নেতৃত্ব কৰে তেতিয়াই সৃষ্টি হ’ব মানৱ মনৰ মানৱ সৈনিক৷ মানৱ মনৰ সৈনিক আৰ্বিভাৱে কৰিব নতুনত্ব, য’ত থাকিব মাত্ৰ কল্পনা শক্তিৰ নতুন প্ৰহৰী৷ কল্পনা হ’ল এটা সুন্দৰ মনৰ সুন্দৰ অনুভূতি৷ সেই অনুভূতিতেই লুকাই আছে জীৱনৰ সকলো নতুন আৰ্বিভাৱ৷ মানৱতাই সৃষ্টি কৰিব নতুন নতুন ভাল প্ৰজন্মৰ ৷ ঘৰে- ঘৰে চুকে-কোনে, দেশে-বিদেশে মানৱতাৰ ওপৰত অনুসন্ধান চলিব৷ এই মাত্ৰ কল্পনায়েই নহয় সৃজনশীল মনৰ অন্তৰাত্মাৰ হৃদয়ৰ স্বৰ৷ ব্ৰক্ষাণ্ডত মানুহ মাত্ৰ দুটা শক্তিৰ ওপৰত নিৰ্ভৰশীল৷ প্ৰথম কল্পনা শক্তি আৰু দ্বিতীয়টো চিন্তা শক্তি৷ ‘কল্পনা জাগে, চিন্তাই কাম কৰে’৷ কল্পনা হ’ল দূৰদৰ্শিতাৰ ভঁৰাল স্বৰূপ৷ কল্পনাই যেতিয়া পৰিকল্পনাৰ স্থানত উপনীত হয় তেতিয়াই কল্পনাক বাস্তৱত ৰূপান্তৰিত কৰি তাৰ নতুনত্বৰ আৱিষ্কাৰ হৈ সমাজত মানুহৰ মানসিক জ্ঞানৰ সঞ্চাৰ কৰে আৰু এটাৰ পাচত এটা মানৱতাৰ ওপৰত অনুসন্ধান বাঢ়ি যায়৷

যি ব্যক্তিয়ে কল্পনা শক্তিক জগাই তুলি অদম্য শক্তিৰে জীৱনভৰ, জীৱনক যদি ওকালতি কৰে তেতিয়াই সফলতা আহি দুৱাৰডলিত থিয় হৈ দৰৱাজ খট-খটাই থাকিব৷ যদি তুমি তেতিয়াই সেই খট-খটৰ শব্দ শুনি আবেগিকভাৱে কৰ্মত লাগি যোৱা তেতিয়া লাভ কৰিবা মনোৰাজ্যৰ সকলো সম্পদ৷ অৰ্থাৎ তুমি যি বিচৰা তাকেই পাবা৷ তুমি অতীতক কল্পনা কৰি সময় নষ্ট নকৰিবা, মাত্ৰ ভৱিষ্যতৰ কল্পনা কৰা যাতে নতুন প্ৰজন্মৰ সৃষ্টি হওক মানৱতাৰ কাৰণে৷

যিয়েই স্বপ্ন দেখে বা কল্পনা কৰে তেওঁ কৰ্মত প্ৰবৃত্ত হয় আৰু শ্ৰেষ্ঠ উপহাৰ কৰে ঠিক যেনেকৈ সাগৰলৈ চায় থাকোতে sir C.V Romanৰ মনত কল্পনা হ’ল সাগৰৰ বৰণ নীলা কিয়? সেই কল্পনাৰ প্ৰশ্নৰ উত্তৰ বিচাৰোতে জন্ম হ’ল- ৰমন এফেক্টৰ৷ এলবাৰ্ট আইনষ্টাইনৰ মগজুত হাহাকাৰ সৃষ্টি কৰা বিশ্বব্ৰহ্মাণ্ডৰ গতি প্ৰকৃতিৰ সম্পৰ্কে৷ কিছু প্ৰশ্ন উদয় হৈছিল৷ সেই প্ৰশ্নৰ সমাধান বিচাৰোতে তেওঁৰ বিখ্যাত সমীকৰণ E=mc2 লাভ কৰে৷ সেই সমীকৰণৰ ভিত্তিতেই মহান বিজ্ঞানীসকলে আনবিক পদাৰ্থ ব্যৱহাৰ কৰি মানৱ জাতিৰ বাবে বিদ্যুত (Electricity) উদ্ভাৱন কৰিলে৷

Improper hole fill up on tips

When the drill string is pulled out of the hole, the mud level decreases by a volume equivalent to the steel volume. If the hole does not take the calculated volume of mud, it is assumed a formation fluid has entered the wellbore. Even though gas or salt water entered the holes, the well may not flow until enough fluid has entered to reduce the hydrostatic pressure below the formation pressure.

Therefore, while pulling out the well should be filled continuously by using trip tank and differences of calculated and actual mud volume be recorded at regular interval. Similarly while running in drill string, trip tank should be used to monitor displacement volume correctly at regular intervals.

If the hole is not filled to the replace the steel volume, the fluid column in the wellbore shall go down and reduce the hydrostatic pressure. At the same time the pulling out of drill string causes a reduction in BHP due to swabbing effect. Therefore to avoid the possibility of any formation fluid entering the bore hole due to combination of above two factors the should be properly / regularly filled during tripping out.

In the field normally the practice is to fill up the hole either on a regular fill up schedule or to fill up continuously with a re-circulating trip tank. Irrespective of the practice being used an accurate method of measuring the amount of fluid actually being taken by hole should be monitored and an accurate record of actual volume v/s theoretical volume should be kept. If at any stage during pulling out it is observed that the actual filled in volume is significantly less than volume of steel that has been removed, it means that some formation fluids must have entered the well bore.

Causes of kicks

Kicks occur as a result of formation pressure being greater than mud hydrostatic pressure which causes fluid to flow the formation into the wellbore. The main factors which can lead to this condition can be classified as:

a) Improper hole fill up trips.

b) Swabbing

c) Abnormal formation pressure

d) Insufficient mud density.

e) Lost circulation.

f) Gas cut mud.

More than 50% of the kick occur due to first two of the causes list above.

Design a site like this with WordPress.com
Get started