কল্পনা শক্তি

মানৱতাই যদি মানুহৰ মনক নেতৃত্ব কৰে তেতিয়াই সৃষ্টি হ’ব মানৱ মনৰ মানৱ সৈনিক৷ মানৱ মনৰ সৈনিক আৰ্বিভাৱে কৰিব নতুনত্ব, য’ত থাকিব মাত্ৰ কল্পনা শক্তিৰ নতুন প্ৰহৰী৷ কল্পনা হ’ল এটা সুন্দৰ মনৰ সুন্দৰ অনুভূতি৷ সেই অনুভূতিতেই লুকাই আছে জীৱনৰ সকলো নতুন আৰ্বিভাৱ৷ মানৱতাই সৃষ্টি কৰিব নতুন নতুন ভাল প্ৰজন্মৰ ৷ ঘৰে- ঘৰে চুকে-কোনে,দেশে-বিদেশে মানৱতাৰ ওপৰত অনুসন্ধানContinue reading “কল্পনা শক্তি”

মহৎলোকে কি কয়…

“উচচ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত জীৱনব্যাপী সাধনা নহ’লে ওখ সাহিত্যৰ সৃষ্টি হোৱা টান৷”- কৃষ্ণকান্ত সন্দিকৈ৷” “নিভাজ অসমীয়া ভাষাৰে কথা লিখিবা, নিভাজ সাজ-পাৰ পিন্ধিবা,অনাহকত বিদেশীক অনুকৰণ নকৰিবা৷”- লক্ষ্মীনাথ বেজবৰুৱা৷ “জীৱনটো এখন সংগ্ৰামৰ থলী৷ সাহস আৰু কৰ্মপটুজনেহে এই সংগ্ৰামত জয়ী হ’ব পাৰে৷”- নেপোলিয়ন

সপোন সদায় সপোন হৈ থাকিব…

“বিজয় সদায় ধৈৰ্য্য আৰু অধ্যৱসায় পক্ষত” – নেপোলিয়ন ব’নাপাৰ্ট সমস্ত বিশ্ব ব্ৰক্ষাণ্ডত কোনো বস্তুৰ অভাৱ নাই, সৃষ্টিশীল বিশ্বত সকলো পোৱা যায়, মাথোঁ বিচাৰিব জানিলেই হ’ল৷ আমি সকলোৱে নিজ নিজ সপোনক লৈ ব্যস্ত থাকো৷ সপোন সৃষ্টি হয় আমাৰ অৱচেতন মনত, যি মনে অবিৰাম কৰ্মৰত কেৱল মাথোঁ আমাৰ আশাবোৰ পূৰাবলৈ৷ মানুহ সদায় পৰিস্থিতিৰ দাস৷ পৰিৱেশ পৰিস্থিতি গঢ়িContinue reading “সপোন সদায় সপোন হৈ থাকিব…”

Constitution of India

The constitution is a set of Fundamental Principles, according to which state or other organization is governed. The Cabinet Mission Plan (16th May, 1946), proposed a Constituent Assembly to frame the constitution for India. The idea to have a constituent Assembly for India, for the 1st time given by MN Roy. The Constitution declares IndiaContinue reading “Constitution of India”

সমালোচনা

“আনৰ দোষ-গুণ বা আনে কি কৰিলে, কি নকৰিলে তালৈ চকু নিদি নিজে কি কৰিছে বা কৰা নাই তালৈহে চকু দিয়া উচিত৷” – বুদ্ধদেৱ ৷ আজিৰ দিনত আনক সমালোচনা কৰাতো তেনে সহজ, যাৰ যি মনযায় তাকে বলকি দিয়ে,কোনো সঠিক তথ্য নোহোৱাকৈ, বিষয়-বস্তু ওপৰত জ্ঞান নোহোৱাকৈ আনৰ দোষ খুচৰিবলৈ যায়৷ সমালোচনাৰ প্ৰয়োজন আছে কিন্তু সেই সমালোচনা সদায়Continue reading “সমালোচনা”

অসমীয়া জাতীয়তাবাদ

অসমীয়া জাতীয়তাবাদ বুলিলে আমি ইয়াকে বুজি পাওঁ যে দল- মত নিৰ্বিশেষে সকলোৱে একলগ হৈ নিৰ্দিষ্ট আদৰ্শত বিশ্বাস কৰা৷ অসমত বাসকৰা সকলো সম্প্ৰদায়, সকলো ভাষিক লোক আৰু সকলো জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে একেখন মঞ্চত থিয় দিয়া৷ অসমীয়া জাতিটো সৰল আৰু উদাৰ৷ সেয়েহে ইয়াত সকলোৱে নিজ ইচ্ছা মতে বৰ আন্তৰিকতাৰে বসবাস কৰে৷ অসমীয়া জাতিটো এটা আদৰ্শ জাতিContinue reading “অসমীয়া জাতীয়তাবাদ”

There is a science of getting rich.

There is a science of getting rich, and it is exact science, like algebra or arithmetic. There are certain laws which govern the process of acquiring riches, and once these laws are learned and obeyed anyone, that person will get rich mathematical certainly. The ownership of money and property comes as a result of doingContinue reading “There is a science of getting rich.”

সুন্দৰৰ পৃথিৱীত পৰিচয় বিহীন মানৱতা ৷

“মানৱতাৰ অনুসন্ধান কৰাৰ কাৰণে আমি সকলো মিলিজুলি কামটো কৰিব লাগিব অন্যথা আমি সকলো শেষ হৈ যাম ৷”- মহাত্মা গান্ধী,

Design a site like this with WordPress.com
Get started